ETV Bharat / city

গ্ৰেপ্তাৰ হ’ল ভিক্টৰ দাস

author img

By

Published : Sep 9, 2022, 10:41 PM IST

দিনজোৰা জেৰাৰ অন্তত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভিক্টৰ দাসক (Victor das arrested by guwahati police ) ৷ চাকৰিৰ বাবে এটা চক্ৰই ধন দাবী কৰা বুলি টুইটযোগে অভিযোগ তুলিছিল ভিক্টৰ দাসে ৷

victor-das-arrested-by-guwahati-police-after-interrogation-on-rumor-on-adre-exam
গ্ৰেপ্তাৰ হ’ল ভিক্টৰ দাস

  • দিনজোৰা জেৰাৰ অন্তত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভিক্টৰ দাসক (Victor das arrested by guwahati police )
  • টুইটাৰত অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাকলৈ উৰা বাতৰি বিয়পোৱাৰ অভিযোগ ভিক্টৰ দাসৰ বিৰুদ্ধে (Assam Direct Recruitment 2022)
  • চাকৰিৰ বাবে এটা চক্ৰই ধন দাবী কৰা বুলি টুইটযোগে অভিযোগ তুলিছিল ভিক্টৰ দাসে
  • মুখ্যমন্ত্ৰী, DGP, বিশেষ DGP ক উল্লেখ কৰি টুইট কৰিছিল ভিক্টৰ দাসে
  • অভিযোগকাৰীজনে কেবাগৰাকীও প্ৰাক্তন বিধায়ক ইয়াৰ আঁৰত থকা বুলি দাবী কৰিছিল
  • তাৰ পাছতে পানবজাৰ থানাত সোধা পোচা কৰা হৈছিল ভিক্টৰক
  • সোধা পোচাৰ অন্তত ভিক্টৰ দাসক গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.