ETV Bharat / city

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

author img

By

Published : Sep 8, 2019, 12:42 PM IST

Updated : Sep 8, 2019, 1:35 PM IST

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ দুদিনীয়া ভ্ৰমণসূচী হাতত লৈ অসমলৈ আহিছে গৃহমন্ত্ৰীগৰাকী ৷

গুৱাহাটী,8ছেপ্টেম্বৰঃ

  • দেওবাৰে গুৱাহাটীত উপস্থিত গৃহ মন্ত্ৰী অমিত শ্বাহ
  • দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ গৃহমন্ত্ৰীগৰাকী
  • বৰঝাৰ বিমানবন্দৰত গৃহমন্ত্ৰী অমিত শ্বাহক আদৰিবলৈ উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত দাস, হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপী নেতা-কৰ্মী
  • চূড়ান্ত এন আৰ চি প্ৰকাশৰ পাচত এয়াই তেওঁৰ প্ৰথম অসম ভ্ৰমণ
    গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
  • অমিত শ্বাহে অসম প্ৰশাসনিক প্ৰদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব লগা ৬৮ তম উত্তৰ-পূৱ পৰিষদৰ কাৰ্যসূচীত ভাগ ল'ব
  • আনহাতে সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত হ’ব লগা নেডাৰ বৈঠকত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে
  • ইপিনে আবেলি পুনৰ দিল্লী অভিমুখে ৰাওনা হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
Intro:Body:

DD


Conclusion:
Last Updated :Sep 8, 2019, 1:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.