ETV Bharat / city

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু 17 গৰাকী মহিলা প্ৰাৰ্থী

author img

By

Published : Mar 9, 2021, 10:57 PM IST

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু 17 গৰাকী মহিলা প্ৰাৰ্থী ৷ বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আঙুৰলতা ডেকা, সুৰভী ৰাজকুঁৱৰী, নন্দিতা গাৰ্লোচা আৰু অজন্তা নেওগে ৷

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু 17 গৰাকী মহিলা প্ৰাৰ্থী
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু 17 গৰাকী মহিলা প্ৰাৰ্থী

নিউজ ডেস্ক,9 মাৰ্চ: ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব 27 মাৰ্চত ৷ আনহাতে, মঙলবাৰে অন্ত পৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ দিন ৷

সেই অনুসৰি, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব 17 গৰাকী মহিলা প্ৰাৰ্থীয়ে ৷ বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আঙুৰলতা ডেকা, সুৰভী ৰাজকুঁৱৰী, নন্দিতা গাৰ্লোচা আৰু অজন্তা নেওগে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ জয়ৰ কামনাৰে বন্তি প্রজ্বলন মাজুলীবাসী

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.