ETV Bharat / bharat

PM’s message on Republic Day: দেশবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Jan 26, 2023, 11:54 AM IST

PM’s message on Republic Day
দেশৰ 74 সংখ্যক গণৰাজ্য দিৱস

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে দেশবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে (PM’s message on Republic Day) । লগতে তেওঁ সকলো ভাৰতীয়কে ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবলৈ আনুৰোধ জনায় । প্ৰধানমন্ত্ৰীৰ লগতে কেবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে টুইটাৰযোগে গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে (74th Republic Day)।

নেশ্যনেল ডেস্ক, 26 জানুৱাৰী : আজি দেশৰ 74 সংখ্যক গণৰাজ্য দিৱস (74th Republic Day) ৷ ৰাজ্যৰ লগতে ৰাজধানী দিল্লীটো আয়োজন কৰা হৈছে গণৰাজ্য দিৱসৰ কাৰ্যসূচী (Republic Day program from Delhi) ৷ য’ত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে উত্তোলন কৰা ৰাষ্ট্ৰীয় পতাকা ৷

দিল্লীৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ প্ৰাকমূহুৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৰ্থাৎ বৃহস্পতিবাৰে টুইটযোগে দেশবাসীক দেশৰ 74 সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে (PM’s message on Republic Day) । হিন্দী ভাষাত প্ৰধানমন্ত্ৰী মোডীৰ টুইটটোত তেওঁ কয়, ‘‘গণৰাজ্য দিৱসৰ বাবে সমগ্ৰ দেশবাসীক বহুত শুভেচ্ছা ।

  • गणतंत्र दिवस की ढेर सारी शुभकामनाएं। इस बार का यह अवसर इसलिए भी विशेष है, क्योंकि इसे हम आजादी के अमृत महोत्सव के दौरान मना रहे हैं। देश के महान स्वतंत्रता सेनानियों के सपनों को साकार करने के लिए हम एकजुट होकर आगे बढ़ें, यही कामना है।

    Happy Republic Day to all fellow Indians!

    — Narendra Modi (@narendramodi) January 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এইবাৰ এই অনুষ্ঠানটোও বিশেষ ৷ কাৰণ আমি স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত উদযাপন কৰিছো (Republic Day on Amrit Mahotsav of Independence) । আমি একত্ৰিত হৈ মহান স্বাধীনতাৰ সপোনবোৰ গঢ়ি তুলিবলৈ আগবাঢ়ি যাব বিচাৰো’’ । তেওঁ আৰু উল্লেখ কৰে, ‘‘দেশৰ মহান স্বাধীনতা সংগ্ৰামীসকলৰ সপোন বাস্তৱায়িত কৰিবলৈ আমি ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব বিচাৰো’’ ।

লগতে পঢ়ক : 74th Republic Day: সংবিধান প্ৰণেতাসকলৰ দৃষ্টিভংগীয়ে আমাৰ গণৰাজ্যক পথ প্ৰদৰ্শন কৰিছে: ৰাষ্ট্ৰপতি

ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও টুইটাৰযোগে গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি কয়, "74 সংখ্যক গণৰাজ্য দিৱস (Republic Day 2023) উপলক্ষে সকলো দেশবাসীলৈ আন্তৰিক শুভেচ্ছা । আজি মই সেই সকলো স্বাধীনতা সংগ্ৰামী, সংবিধান নিৰ্মাতা আৰু সাহসী জোৱানক প্ৰণাম জনাইছো (India to move ahead unitedly) ৷ যিসকলে নিজৰ জীৱন উচৰ্গা কৰি মুক্ত, শক্তিশালী আৰু দেশ ৰক্ষা কৰিছে’’ ৷

  • समस्त देशवासियों को 74वें गणतंत्र दिवस की हार्दिक शुभकामनाएं।

    आज उन सभी स्वतंत्रता सेनानियों, संविधान निर्माताओं व वीर जवानों को नमन करता हूँ जिन्होंने देश को आजाद कराने, मजबूत बनाने व इसकी रक्षा के लिए अपना जीवन समर्पित किया है। pic.twitter.com/lKZuvpdffF

    — Amit Shah (@AmitShah) January 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও হিন্দী ভাষাতে টুইটাৰত উল্লেক কৰে, ‘‘সকলো দেশবাসীলৈ গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালো । এই দিৱসটো সকলো ভাৰতীয়ৰ বাবে দেশৰ সাংবিধানিক পৰম্পৰাক শক্তিশালী কৰি নতুন ভাৰত গঢ়াৰ সংকল্পত নিজকে পুনৰ উৎসৰ্গা কৰাৰ এক সুযোগ ৷ ভাৰতৰ সকলো সংবিধান নিৰ্মাতা আৰু স্বাধীনতা সংগ্ৰামীলৈ প্ৰণাম’’ ।

  • सभी देशवासियों को गणतंत्र दिवस की हार्दिक शुभकामनाएं। आज का यह दिन सभी भारतवासियों के लिए देश की संवैधानिक परंपराओं को मज़बूत करने और नये भारत के निर्माण के संकल्प के प्रति स्वयं को पुनः समर्पित करने का अवसर है। भारत के सभी संविधान निर्माताओं एवं स्वतंत्रता सेनानियों को नमन।

    — Rajnath Singh (@rajnathsingh) January 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰেও 74 সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । ‘‘এই অনুষ্ঠানটো ভাৰতীয় সংবিধানৰ এক সমন্বিত দাপোন ৷ আমাৰ বহু সংস্কৃতিৰ অভিজ্ঞতা, উৎকৃষ্ট গণতান্ত্ৰিক মূল্যবোধ আৰু ঐতিহাসিক ঐতিহ্যক সামৰি লৈছে । এই আজাদী কা অমৃত মহোৎসৱত সকলো ওলাই আহক ৷ আমি এক ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি দিওঁ । টুইটযোগে ঠাকুৰে সদৰী কৰে এই কথা ৷

লগতে পঢ়ক : Republic Day 2023 : তেজপুৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী কেশৱ মহন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.