ETV Bharat / bharat

Rock quarry collapsed in Mizoram:মিজোৰামত শিলৰ কুৱেৰী খহি পৰাত বহু শ্ৰমিক তলত সোমাই পৰাৰ আশংকা

author img

By

Published : Nov 14, 2022, 9:05 PM IST

মিজোৰামত সোমবাৰ সংঘটিত হৈছে এক ভয়ংকৰ অঘটন ৷ শিলৰ কুৱেৰী ​​খহি পৰাৰ ফলত ১৫ জন শ্ৰমিক মাটিত পোত যোৱাৰ আশংকা (Rock quarry collapsed in Mizoram) ৷

Stone quarry collapes Mizoram,15 labourers Burried
মিজোৰামত সংঘটিত হৈছে ভয়ংকৰ অঘটন

  • মিজোৰামত সোমবাৰ সংঘটিত হৈছে এক ভয়ংকৰ অঘটন(Landslide in Mizoram)
  • শিলৰ কুৱেৰী ​​খহি পৰাৰ ফলত ১৫ জন শ্ৰমিক মাটিত পোত যোৱাৰ আশংকা (Workers missing after a rock quarry collapsed)
  • হানহথিয়াল জিলাৰ মৌদাৰহস্থিত এটা ব্যক্তিগত কোম্পানীয়ে চলোৱা শিলৰ কোৱেৰীটোত কৰ্মৰত আছিল শ্ৰমিককেইজন
  • সোমবাৰে শ্ৰমিকসকলে দুপৰীয়াৰ আহাৰ গ্ৰহণ বিৰতিৰ পৰা উভতি আহিছিল
  • উভতি অহাৰ সময়তে শিলৰ কুৱেৰীটো পাহাৰৰ অংশসহ তলৰ গুহাত সোমাই পৰে (Rock quarry collapsed in Mizoram)
  • লগে লগে ১৫ জন শ্ৰমিকসহ ৫ খন এক্সাভেটৰকে ধৰি অন্যান্য সামগ্ৰীসমূহ মাটিত পোত যায়
  • জিলা কৰ্তৃপক্ষৰ লগতে সমীপৰ লাইটে গাঁৱৰ বাসিন্দাই ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান
  • যদিও বাতৰি লিখাৰ পৰলৈ কোনো লোককে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই অভিযানকাৰী দলে
  • মাটিত পোত যোৱা আটাইকেইজন শ্ৰমিকৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.