ETV Bharat / bharat

Indo-China army conflict: অৰুণাচলৰ টাৱাঙত ভাৰত-চীন সেনাৰ সংঘৰ্ষ

author img

By

Published : Dec 12, 2022, 8:36 PM IST

Indo-China army conflict
অৰুণাচলৰ টাৱাঙত ভাৰত-চীন সেনাৰ সংঘৰ্ষ

অৰুণাচলৰ টাৱাঙত ভাৰত-চীন সেনাৰ সংঘৰ্ষ (Firing between Indian and China Army) ৷ ৯ ডিচেম্বৰৰ নিশা ভাৰতী সেনা আৰু চীনা PLA ৰ মাজত সংঘৰ্ষ হোৱা তথ্য পোহৰলৈ ৷ সংঘৰ্ষত ভাৰতীয় সেনাৰ 10-12 গৰাকী জোৱান আহত (10-12 Indian army soldier injured) ৷ সংঘৰ্ষ সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ৷ বহু সংখ্যক চীনা সৈন্যও সংঘৰ্ষত আহত হোৱাৰ সন্দেহ ৷

  • অৰুণাচলৰ টাৱাঙত ভাৰত-চীন সেনাৰ সংঘৰ্ষ (Firing between Indian and China Army)
  • ৯ ডিচেম্বৰৰ নিশা ভাৰতী সেনা আৰু চীনা PLA ৰ মাজত সংঘৰ্ষ হোৱা তথ্য পোহৰলৈ আহিছে
  • এই সংঘৰ্ষত ভাৰতীয় সেনাৰ 10-12 গৰাকী জোৱান আহত (10-12 Indian army soldier injured)
  • সংঘৰ্ষ সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই প্ৰতিৰক্ষা মন্ত্ৰণালয়ে
  • বহু সংখ্যক চীনা সৈন্যও সংঘৰ্ষত আহত হোৱাৰ সন্দেহ
  • আহত ভাৰতীয় সেনাৰ জোৱানসকলক গুৱাহাটীৰ সেনা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে (injured soldiers admitted in Guwahati army hosputal)
  • ইফালে, দেওবাৰেও ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত সূত্ৰপাত হৈছিল সংঘৰ্ষৰ
  • সোমবাৰে দিনৰ 1 বজাৰ পৰা অব্যাহত আছে দুয়োপক্ষৰ মাজত সংঘৰ্ষ
  • ভাৰতী সেনাৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে এই তথ্য
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.