ETV Bharat / bharat

Himachal Pradesh Assembly Election: হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা

author img

By

Published : Oct 14, 2022, 6:18 PM IST

শুকুৰবাৰে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰে হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ দিন(Himachal Pradesh Assembly election 2022) ৷ অৱশ্যে এতিয়ালৈ ঘোষণা কৰা হোৱা নাই গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন(Gujrat Assembly election 2022) ৷

Himachal Pradesh Assembly election 2022
হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা

  • হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা(Himachal Pradesh Assembly election 2022)
  • ১২ নৱেম্বৰত অনুষ্ঠিত হ’ব হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন
  • ৮ ডিচেম্বৰত ফলাফল ঘোষণা কৰা হ’ব নিৰ্বাচনৰ
  • ১৭ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈকে দাখিল কৰিব পাৰিব মনোনয়ন
  • মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২৯ অক্টোবৰ
  • ভাৰতৰ নিৰ্বাচন আয়োগে শুকুৰবাৰে সংবাদমেল যোগে ঘোষণা কৰে এই কথা(Election Commission of India)
  • গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন এতিয়ালৈকে ঘোষণা কৰা নাই নিৰ্বাচন আয়োগে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.