ETV Bharat / bharat

Daily horoscope for 29th March : আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Mar 29, 2022, 5:15 AM IST

daily-horoscope-for-29th-march
Daily horoscope for 29th March : আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

মেষ ৰাশি: দিনটো শুভ ৷ সামাজিক কাম-কাজত অংশ ল’ব পাৰে ৷ প্ৰিয়জনক উপহাৰ প্ৰদান কৰিব পাৰে ৷ খৰচ বৃদ্ধি ৷ সন্তানৰ পৰা পোৱা শুভ সংবাদে আনন্দিত কৰি তুলিব ৷ প্ৰেমত শুভ ৷

বৃষ ৰাশি: অধ্যয়ন কৰিবলৈ আগ্ৰহ জন্মিব ৷ কৰ্ম আৰু ব্যৱসায়ত ফল নাপাব পাৰে ৷ কিন্তু হতাশা নহ’ব ৷ কঠোৰ পৰিশ্ৰম কৰাৰ মাজতে আনন্দ লাভ কৰিব ৷ পৰিশ্ৰম কৰিলে ভাল ফল লাভ কৰিব ৷

মিথুন ৰাশি: দিনটো আনন্দময় হʼব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্মত শান্ত হৈ থাকি কাম কৰিব ৷ সফলতা লাভ কৰিব ৷

কৰ্কট ৰাশি: সমস্যাত পৰিব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দ লাভ কৰিব ৷ সফলতা লাভ কৰিব ৷ দিনটো প্ৰায় ভালে নাযাব ৷

সিংহ ৰাশি: সফলতা লাভ কৰিব ৷ দিনটো ধৈৰ্য্য ধৰি থাকিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে ভাল ফল লাভ কৰিব ৷ সুখী হ’ব ৷ প্ৰশংসা লাভ কৰিব ৷

কন্যা ৰাশি: অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ সফলতা লাভ কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ ব্যক্তিগত জীৱনত সুখী হ’ব ৷

তুলা ৰাশি: কোনো নতুন ব্যৱসায় হাতত ল’ব পাৰে ৷ কৰ্ম জীৱন আনন্দময় হ’ব ৷ সুখী হ’ব ৷ নিজৰ কৰ্মত মনোযোগ দিব ৷ কৰ্ম ব্যস্ততা বৃদ্ধি হʼব ৷ লক্ষ্যত উপনীত হ’ব ৷

বৃশ্চিক ৰাশি: কোনো কোনো ক্ষেত্ৰত জীৱনটো সলনি হ’‘ব ৷ আনন্দময় হ‘ব ৷ সফলতা লাভ কৰিব ৷ মানসিক আৰু শাৰীৰিক হতাশা ভুগিব পাৰে ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

ধনু ৰাশি: প্ৰেমত শুভ ৷ নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব পাৰে ৷ লক্ষ্যত উপনীত হ’ব ৷ যুক্তিসূত্ৰ আৰু চিন্তাধৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ হতাশা নহব, পুনৰ চেষ্টা কৰিব ৷ যিজনে ধৈৰ্য্যশীল হয় তেওঁ লাভৱান হ’ব ৷

মকৰ ৰাশি: দিনটো বৰ ভাল নহয় ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰিলে ভাল হ’ব ৷ পৰিয়ালৰ লোকসকলৰ মাজত ভুল বুজাবুজি হ’ব পাৰে ৷ বেয়া মনোভাৱে আপোনাক অস্থিৰ আৰু অসুখী কৰি তুলিব পাৰে ৷ ব্যয় বৃদ্ধি কৰিব৷ স্বাস্থ্যক লৈ বিশেষকৈ সতৰ্ক হওঁক ৷ পঢ়ুৱৈসকলে পঢ়াশুনাত মনোযোগ দিবলৈ আগ্ৰহী নহ’ব ৷ দাম্পতিজীৱন সুখদায়ক নহ’ব ৷ বিনিয়োগ কৰাৰ সম্ভাৱনা আছে ৷

কুম্ভ ৰাশি: আৰ্থিকভাৱে দিনটো বাবে অত্যন্ত ভাল৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ বন্ধু আৰু সতীৰ্থসকলৰ সৈতে আনন্দদায়ক মুহূৰ্ত উপভোগ কৰিব পাৰে ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ ভগৱানৰ কৃপাদৃষ্টি লাভ কৰিব ৷

মীন ৰাশি: বিবাহিতৰ বাবে এইটো দিন ভাল ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ দিনটো আনন্দময় হʼব ৷ শুভ দিন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.