ETV Bharat / bharat

ভাৰতীয় খেলুৱৈ কে এল ৰাহুলে মোক প্ৰভাৱিত কৰেঃ ষ্টেভ স্মিথ

author img

By

Published : Jun 16, 2020, 4:38 PM IST

ষ্টাৰ অষ্ট্ৰেলিয়ান বেটচমেন ষ্টেভ স্মিথয়ে ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুলক ভাৰতীয় ক্ৰিকেটৰ সকলোতকৈ প্ৰভাৱশালী খেলুৱৈ বুলি অভিহিত কৰিছে । লগতে অষ্ট্ৰেলিয়ান খেলুৱৈ গৰাকীয়ে আকৌ জনাই যে,ভাৰতীয় ক্ৰিকেট দলৰ অল ৰাউণ্ডাৰ খেলুৱৈ হিচাপে ৰবীন্দ্ৰ জাদেজাক অভিহিত কৰিব পাৰি ।

steve-smith-names-the-most-impressive-player-from-indian-cricket-team
ভাৰতীয় খেলুৱৈ কে এল ৰাহুলে মোক প্ৰভাৱিত কৰেঃ ষ্টেভ স্মিথ

নিউজ ডেস্ক, ১৬ জুন : ষ্টাৰ অষ্ট্ৰেলিয়ান বেটচমেন ষ্টেভ স্মিথে ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুলক ভাৰতীয় ক্ৰিকেটৰ সকলোতকৈ প্ৰভাৱশালী খেলুৱৈ বুলি অভিহিত কৰিছে ।

অষ্ট্ৰেলিয়ান খেলুৱৈ গৰাকীয়ে ইনষ্ট্ৰাগ্ৰামত এক প্ৰশ্ন-উত্তৰ শিতানত এই কথা প্ৰকাশ কৰিছে ।

steve-smith-names-the-most-impressive-player-from-indian-cricket-team
ভাৰতীয় খেলুৱৈ কে এল ৰাহুলে মোক প্ৰভাৱিত কৰেঃ ষ্টেভ স্মিথ

উক্ত পোষ্টত ক্ৰিকেটাৰ গৰাকীক প্ৰশ্ন কৰা হৈছিল যে,কোনজন ভাৰতীয় খেলুৱৈয়ে স্মিথক প্ৰভাৱিত কৰে । তেতিয়া খেলুৱৈ গৰাকীয়ে একে মুখে কে এল ৰাহুল বুলি ঘোষণা কৰিছিল ।

steve-smith-names-the-most-impressive-player-from-indian-cricket-team
ভাৰতীয় খেলুৱৈ কে এল ৰাহুলে মোক প্ৰভালিত কৰেঃ ষ্টেভ স্মিথ

লগতে অষ্ট্ৰেলিয়ান খেলুৱৈ গৰাকীয়ে আকৌ জনাই যে,ভাৰতীয় ক্ৰিকেট দলৰ অল ৰাউণ্ডাৰ খেলুৱৈ হিচাপে ৰবীন্দ্ৰ জাদেজাক অভিভিত কৰিব পাৰি ।

steve-smith-names-the-most-impressive-player-from-indian-cricket-team
ভাৰতীয় খেলুৱৈ কে এল ৰাহুলে মোক প্ৰভালিত কৰেঃ ষ্টেভ স্মিথ

দক্ষিণ আফ্ৰিকাৰ বিপক্ষে টেষ্ট মেচৰ বল টেম্পাৰিং কেলেংকাৰীৰ বাবে ২০১৮ বৰ্ষত ক্ৰিকেটৰ পৰা এটা বছৰৰ বাবে বহিস্কাৰ হোৱা স্মিথে জনোৱা অনুসৰি,ইণ্ডিয়ান প্ৰিমিয়াল লীগ চমুকৈ আই পি এল খেলুৱৈ গৰাকীৰ ভাল লগা টুৰ্নামেন্ট ।

লগতে পঢ়ক : গোৰেশ্বৰত মাতৃ-কন্যাই দিন কটাইছে টিৰপালৰ তলত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.