ETV Bharat / bharat

আমেঠীত ৰাহুল গান্ধীৰ মনোনয়ন দাখিল

author img

By

Published : Apr 10, 2019, 3:51 PM IST

amethi

সমৰ্থনকাৰীৰ সৈতে ৰোড শ্ব'ৰে উপায়ুক্তৰ কাৰ্যালয়ত ৰাহুল গান্ধীয়ে দাখিল কৰিলে মনোনয়ন

নিউজ ডেস্ক, 10 এপ্ৰিলঃ আমেঠীত মনোনয়ন দাখিল কৰিলে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে ৷ নিজ ভগ্নী প্ৰিয়ংকা গান্ধীৰ সৈতে আমেঠীৰ উপাযুক্তৰ কাৰ্যালয়ত সোমবাৰে ৰাহুলে দাখিল কৰে মনোনয়ন পত্ৰ ৷ ইয়াৰ পূৰ্বে কেৰালাৰ ৱায়ানাড়া সমষ্টিৰ পৰাও মনোনয়ন পত্ৰ দাখিল কৰিছিল কংগ্ৰেছৰ অধ্যক্ষগৰাকীয়ে ৷ আমেঠীত মনোনয়ন দাখিল কৰাৰ সময়ত ৰাহুল গান্ধীৰ লগত উপস্থিত থাকে সহস্ৰাধিক সমৰ্থনকাৰী ৷ উল্লেখ্য যে, বিজেপিৰ প্ৰতিদ্বন্দি স্মৃতি ইৰাণীৰ সৈতে আমেঠীত মুখামুখী হ'ব ৰাহুল গান্ধী ৷ উল্লেখ্য যে 2014ৰ লোকসভা নিৰ্বাচনত ৰাহুলে পৰাস্ত কৰিছিল স্মৃতি ইৰাণীক ৷

আমেঠীত ৰাহুল গান্ধীৰ মনোনয়ন দাখিল

rahul gandhi filled nomination from amethi

আমেঠীত ৰাহুল গান্ধীৰ মনোনয়ন দাখিল 

সমৰ্থনকাৰীৰ সৈতে ৰোড শ্ব'ৰে উপায়ুক্তৰ কাৰ্যালয়ত ৰাহুলে দাখিল কৰিলে মনোনয়ন৷ 

নিউজ ডেস্ক, 10 এপ্ৰিল : আমেঠীত মনোনয়ন দাখিল কৰিলে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে৷ নিজ ভগ্নী প্ৰিয়ংকা গান্ধীৰ সৈতে আমেঠীৰ উপাযুক্তৰ কাৰ্যালয়ত সোমবাৰে ৰাহুলে দাখিল কৰে মনোনয়ন পত্ৰ৷ 

ইয়াৰ পূৰ্বে কেৰালাৰ ৱায়ানাড় সমষ্টিৰ পৰাও মনোনয়ন পত্ৰ দাখিল কৰিছিল কংগ্ৰেছৰ অধ্যক্ষগৰাকীয়ে৷ আমেঠীত মনোনয়ন দাখিল কাৰ্যত ৰাহুল গান্ধীৰ লগত উপস্থিত থাকে সহস্ৰাধিক সমৰ্থনকাৰী৷ উল্লেখ্য যে, বিজেপিৰ প্ৰতিদ্বন্দ্বি স্মৃতি ইৰাণীৰ সৈতে আমেঠীত মুখামুখী হ'ব ৰাহুল গান্ধী৷ 2014 ৰ লোকসভা নিৰ্বাচনত ৰাহুলে পৰাস্ত কৰিছিল স্মৃতি ইৰাণীক৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.