ETV Bharat / bharat

হাৰিয়ানাত ছাত্ৰী হত্যাকাণ্ডঃ আটক দুই অপৰাধী

author img

By

Published : Oct 27, 2020, 8:44 PM IST

protest-in-faridabad-girl-student-murder-case
হাৰিয়ানা ছাত্ৰী হত্যাকাণ্ডঃ আটক দুই অপৰাধী

আৰক্ষী আয়ুক্ত অ‘পি সিংহই কয় যে, ঘটনাটো ক্ৰাইম ব্ৰাঞ্চক হস্তান্তৰ কৰা হৈছে আৰু ঘটনাৰ তদন্তৰ বাবে এছ আই টি গঠন কৰি দিয়া হৈছে ৷ তেখেতে লগতে কয় যে, ঘটনাৰ লগতে দুটাকৈ অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে ৷

নিউজ ডেস্ক, 27 অক্টোবৰ : পৰীক্ষা দি ঘৰলৈ উভতি আহি থকা ছাত্ৰীৰ হত্যাৰ ঘটনাই ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে ৷ এফালে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে ন্যায়ৰ দাবী কৰি আছে আনফালে এই ঘটনাৰ ফলত সমগ্ৰ হাৰিয়ানাতে ক্ষোভৰ সৃষ্টি হৈছে ৷

হাৰিয়ানা ছাত্ৰী হত্যাকাণ্ডঃ আটক দুই অপৰাধী

ক্ষোভিত পৰিয়াল বৰ্গই এতিয়া ছাত্ৰীগৰাকীৰ হত্যাৰ ন্যায় বিচাৰি প্ৰতিবাদত নামি পৰিছে ৷ আনহাতে এতিয়া আৰক্ষীৰ ফালৰ পৰাও এই ঘটনাৰ তদন্ত কৰিবলৈ এছ আই টি গঠন কৰা হৈছে ৷

হাৰিয়ানা ছাত্ৰী হত্যাকাণ্ডঃ আটক দুই অপৰাধী

আৰক্ষী আয়ুক্ত অ‘পি সিংহই কয় যে, ঘটনাটো ক্ৰাইম ব্ৰাঞ্চক হস্তান্তৰ কৰা হৈছে আৰু ঘটনাৰ তদন্তৰ বাবে এছ আই টি গঠন কৰি দিয়া হৈছে ৷ তেখেতে লগতে কয় যে, ঘটনাৰ লগতে দুটাকৈ অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে ৷

হাৰিয়ানা ছাত্ৰী হত্যাকাণ্ডঃ আটক দুই অপৰাধী

উল্লেখ্য যে, দ্বিতীয়টো অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে 10 টাকৈ স্পিচিয়েল টাস্ক ফৰ্চৰ দল গঠন কৰিছিল ৷

হাৰিয়ানা ছাত্ৰী হত্যাকাণ্ডঃ আটক দুই অপৰাধী

লগতে পঢ়ক: ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : চিৰাঙৰ প্ৰাথমিক শিক্ষা বিষয়ালৈ শ্বক'জ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.