ETV Bharat / bharat

পূৱ গাড়ো পাহাৰস্থিত কোভিড ১৯ আইছোলেশ্বন ৱাৰ্ড পৰিদৰ্শন মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jun 3, 2020, 8:45 PM IST

কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি থকা চিকিত্সা কৰ্মী,আৰক্ষীৰ লোক আদিক ধন্যবাদ জনাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

Meghalaya cm
Meghalaya cm inspects covid-19 isolation wards in east garo hills

নিউড ডেস্ক, ৩ জুনঃ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বুধবাৰে পৰিদৰ্শন কৰে পূৱ গাড়ো পাহাৰস্থিত কোভিড ১৯ আইছোলেশ্বন ৱাৰ্ড। এই সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ লগত থাকে স্থানীয় বিধায়ক আৰু জিলা উপাযুক্ত।

Meghalaya cm inspects covid-19 isolation wards in east garo hills
পূৱ গাড়ো পাহাৰস্থিত কোভিড ১৯ আইছোলেশ্বন ৱাৰ্ড পৰিদৰ্শন মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ

কোভিড ১৯ আইছোলেশ্বন ৱাৰ্ডসমূহ পৰিদৰ্শন কৰি ৰাজ্যখনত কৰ'ণা ভাইৰাচৰ বিৰুদ্ধে যুঁজ দি থকা চিকিৎসাকৰ্মী,আৰক্ষীৰ লোক আদি সকলোকে টুইটাৰযোগে ধন্যবাদ জনাই মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

উল্লেখ্য যে, চুবুৰীয়া ৰাজ্যখনত বৰ্তমানলৈকে 31 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি। ইয়াৰে চিকিৎসাধীন অৱস্থাত আছে ১৭ গৰাকী লোক। তদুপৰি, ৰাজ্যখনত ১৩ গৰাকী ব্যক্তি আৰোগ্য লাভ কৰাৰ বিপৰীতে এজন লোকৰ মৃত্যু হৈছে।

লগতে চাওকঃ ঘণ্টাত ১২০ কিমি গতিবেগেৰে আহি আছে ঘূৰ্ণী নিসৰ্গ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.