ETV Bharat / bharat

সফল পৰীক্ষণ বেলিষ্টিক মিচাইল ‘অগ্নি-2’ ৰ

author img

By

Published : Nov 16, 2019, 11:59 PM IST

ভাৰতে সফল ভাৱে পৰীক্ষণ কৰিলে 2000 কিলোমিটাৰ মাৰক ক্ষমতা থকা বেলিষ্টিক মিচাইলৰ ৷

সফল পৰীক্ষণ বেলিষ্টিক মিচাইল ‘অগ্নি-2’ ৰ

নিউজ ডেস্ক, 16 নৱেম্বৰ: ভূমিৰ পৰা ভূমিলৈ আক্ৰমণ কৰিব পৰা বেলিষ্টিক মিচাইল ‘অগ্নি-2’ ৰ সফল পৰীক্ষণ ভাৰতৰ ৷ ওড়িশাৰ পৰা ১০ কিলোমিটাৰ দূৰত থকা বংগোপসাগৰত থকা ডা0 এ পি জে আব্দুল কালাম দ্বীপ পৰীক্ষণ কেন্দ্ৰৰ পৰীক্ষণ কৰা হয় এই ক্ষেপণাস্ত্ৰৰ ৷

এই বেলিষ্টিক মিচাইল ‘অগ্নি-2’ ৰ আক্ৰমণ কৰাৰ পৰিসীমা হৈছে 2000 কিলোমিটাৰ ৷ এই মিচাইলখন হৈছে ভাৰতৰ মধ্যৱৰ্তী দূৰত্বলৈ আক্ৰমণ কৰিব পৰা বেলিষ্টিক মিচাইল ৷ অত্যাধুনিক প্ৰযুক্তিৰে তৈয়াৰী এই মিচাইলখন হৈছে 21 মিটাৰ বহল আৰু 1.2 মিটাৰ উচ্চ ৷ এই মিচাইলখনে পৰমাণু অস্ত্ৰ নিয়াৰ লগতে 1 টন পেলয়ডো (Payload) কঢ়িয়াই নিয়াৰ ক্ষমতা আছে ৷

লগতে চাওক- ইতিহাসত আজিৰ দিনটো

Intro:Body:

Agni 2


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.