ETV Bharat / bharat

জম্মু-কাশ্মীৰত সেনা-উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ

author img

By

Published : Jun 11, 2019, 6:55 AM IST

Updated : Jun 11, 2019, 9:03 AM IST

মঙলবাৰে পূৱতি নিশাৰ পৰা সেনা আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলী ৷

etv bharat

  • জম্মু-কাশ্মীৰৰ চপিয়ান জিলাৰ আউনীৰা অঞ্চলত আৰম্ভ হৈছে এই সংঘৰ্ষ ৷
  • কোনো লোক হতাহত হোৱাৰ তথ্য এতিয়ালৈকে লাভ কৰা নাই ৷
  • জিলাখনৰ উক্ত অঞ্চলত নিষেধাজ্ঞা জাৰী প্ৰশাসনৰ ৷
https://www.aninews.in/news/national/general-news/encounter-breaks-out-between-terrorists-security-forces-in-j-ks-shopian20190611050212/

জম্মু-কাশ্মীৰত সেনা-উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ


 

মঙলবাৰে পূৱতি নিশাৰ পৰা  সেনা আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলী ৷

জম্মু-কাশ্মীৰৰ চপিয়ান জিলাৰ আউনীৰা অঞ্চলত আৰম্ভ হৈছে এই সংঘৰ্ষ ৷

কোনো লোক হতাহত হোৱাৰ তথ্য এতিয়ালৈকে লাভ কৰা নাই ৷

জিলাখনৰ উক্ত অঞ্চলত নিষেধাজ্ঞা জাৰী প্ৰশাসনৰ ৷
Last Updated : Jun 11, 2019, 9:03 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.