ঢেকীয়াজুলিত বিশাল জনসভা সম্বোধন গৃহমন্ত্ৰী অমিত শ্বাহৰ
🎬 Watch Now: Feature Video

Published : March 29, 2026 at 1:45 PM IST
|Updated : March 29, 2026 at 2:14 PM IST
ঢেকীয়াজুলিত বিশাল জনসভা সম্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ ঢেকীয়াজুলিৰ বিজেপি প্ৰাৰ্থী অশোক সিংহলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ শনিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হোৱাৰ পাছত শ্বাহে মধ্য গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাৰ হৈ প্ৰচাৰ চলাই এক বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰে ৷ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ খেলপথাৰৰ পৰা আৰম্ভ হোৱা ৰোড শ্ব' পল্টনবজাৰৰ নেপালী মন্দিৰত সামৰণি পৰে । ৰোড শ্ব'ৰ পাছত অমিত শ্বাহে হোটেল তাজ ভিভান্তাত ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তাৰে বৈঠকত মিলিত হয় । নিশাটো গুৱাহাটীত কটাই দেওবাৰে তেওঁ খানাপাৰাৰ ঢেকীয়াজুলি অভিমুখে ৰাওনা হয় আৰু ঢেকীয়াজুলি টি ইষ্টেট ফুটবল খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰে ৷ চাওক, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী সভাৰ পোনপটীয়া সম্প্ৰচাৰ...