৮০ সংখ্যক স্বাধীনতা দিৱস: লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ LIVE

🎬 Watch Now: Feature Video

thumbnail
৮০ সংখ্যক স্বাধীনতা দিৱস (ETV Bharat)

By ETV Bharat Assamese Team

Published : August 15, 2026 at 7:22 AM IST

|

Updated : August 15, 2026 at 9:36 AM IST

1 Min Read
Choose ETV Bharat

আজি দেশবাসীয়ে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কটকটীয়া আৰু বহুস্তৰীয় নিৰাপত্তাৰ মাজত লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ৷ এইবাৰ স্বাধীনতা দিৱসত প্ৰথমবাৰৰ বাবে লালকিল্লাত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় সংগীত ‘বন্দে মাতৰম’ পৰিবেশন কৰা হয় ৷ ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জন্মজয়ন্তীৰ উপলক্ষ্যে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে এই পদক্ষেপ গ্ৰহণ কৰে ৷

স্বাধীনতা দিৱস উদযাপনৰ পৰিপ্ৰেক্ষিতত ৰাজধানী দিল্লীক হাই এলাৰ্টত ৰখা হৈছে ৷ দিল্লীত আইন-শৃংখলা বজাই ৰাখিবলৈ ২৫ হাজাৰতকৈ অধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান নিয়োগ কৰা হৈছে ৷ আনহাতে লালকিল্লাৰ চাৰিওফালে বহুস্তৰীয় নিৰাপত্তা স্থাপন কৰা হৈছে, য’ত ১০০০ৰো অধিক চিচিটিভি কেমেৰা আৰু এআই ভিত্তিক ভিডিঅ’ বিশ্লেষণ জড়িত হৈ আছে বুলি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনায় ।

Last Updated : August 15, 2026 at 9:36 AM IST