চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ LIVE
🎬 Watch Now: Feature Video

Published : March 29, 2026 at 3:42 PM IST
|Updated : March 29, 2026 at 4:05 PM IST
ঢেকীয়াজুলিৰ পাছত নলবাৰীত বিশাল জনসভা সম্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ নলবাৰীৰ চামতা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ খেলপথাৰত টিহু সমষ্টিৰ বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হোৱা শ্বাহে সন্ধিয়া মধ্য গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাৰ হৈ এক বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰে ৷ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ খেলপথাৰৰ পৰা আৰম্ভ হোৱা ৰোড শ্ব' পল্টনবজাৰৰ নেপালী মন্দিৰত সামৰণি পৰে । ইয়াৰ পাছত আজি দুপৰীয়ে প্ৰতিকূল বতৰৰ মাজত পথেৰে আহি ঢেকীয়াজুলিত উপস্থিত হৈ টি ইষ্টেট ফুটবল খেলপথাৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী অশোক সিংহৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ চাওক, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী সভাৰ পোনপটীয়া সম্প্ৰচাৰ...