শ্ৰী শ্ৰী মনসা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত জুবিন গাৰ্গ - মনসা মন্দিৰত জুবিন গাৰ্গ
🎬 Watch Now: Feature Video

Published : January 27, 2024 at 6:15 PM IST
মিৰ্জা,২৭ জানুৱাৰী: অন্ত পৰিল মহানগৰীৰ পশ্চিম প্ৰান্তৰ ভট্টাপাৰাস্থিত ৰাণী চাপৰি শ্ৰী শ্ৰী মনসা মন্দিৰৰ নৱনিৰ্মিত মণিকূট আৰু দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ । সামৰণি অনুষ্ঠানত নিশা গীত পৰিৱেশন কৰে হাৰ্টথ্ৰব জুবিন গাৰ্গে । এটাৰ পিছত এটাকৈ স্বাভাৱিকভাবেই গীত পৰিৱেশন কৰে কণ্ঠশিল্পীগৰাকীয়ে ।
উল্লেখ্য যে, তিনিদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল শ্ৰী শ্ৰী মনসা মন্দিৰৰ নৱনিৰ্মিত মণিকূট আৰু দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান । নৱনিৰ্মিত মণিকূট আৰু দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মনসা মন্দিৰৰ সহায় হ'ব পৰাকৈ ৫০ লাখকৈ দুবাৰ, মুঠ এক কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বৃহস্পতিবাৰে অনুষ্ঠিত হয় মনসা মন্দিৰত নৱনিৰ্মিত মণিকূট আৰু দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান ।
লগতে পঢ়ক: চিলাপথাৰত দলবীৰ সিং লোহাৰৰ প্ৰতিমূৰ্তি উন্মোচন ৰামদাস আঠাৱালেৰ