দুদিন ধৰি নিখোজ মহিলা, পৰিয়ালত হাহাকাৰ - Jonai news

🎬 Watch Now: Feature Video

thumbnail
দুদিন ধৰি নিখোজ মহিলা, পৰিয়ালত হাহাকাৰ (undefined)

By ETV Bharat Assamese Team

Published : February 1, 2024 at 10:01 PM IST

1 Min Read
Choose ETV Bharat

জোনাই, 1 ফেব্ৰুৱাৰী : ধেমাজি জোনাইৰ 2 নং ৰাজাখানা গাঁৱৰ এগৰাকী মহিলা দুদিন ধৰি নিৰুদ্দেশ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰামতে বুধবাৰে দিনৰ 11 বজাত ঘৰত কোনো নথকা অৱস্থাত নিজ ঘৰৰ পৰা ওলাই যোৱাৰ পিচৰে পৰা নিৰুদ্দেশ হৈ আছে মহিলাগৰাকী । 

পৰৱৰ্তী ঘটনাৰ পিচতে মহিলাগৰাকীৰ পৰিয়াল তথা স্বামীয়ে ওচৰৰ পাজৰৰ বিভিন্ন ঠাইৰ লগতে অৰুণাচলৰ প্ৰদেশৰ বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে যদিও আজি পৰ্যন্ত মহিলাগৰাকীৰ কোনোধৰণৰ অনুসন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইফালে মহিলাগৰাকীক কোনো দুষ্কৃতিকাৰীয়ে অপহৰণ কৰাৰ সন্দেহ কৰিছে স্বামীয়ে । গতিকে কোনো সদাশয় ব্যক্তিয়ে মহিলাগৰাকীৰ অনুসন্ধান লাভ কৰে তেন্তে সমীপৱৰ্তী আৰক্ষী থানা অথবা 9363569523 নাইবা 9678894939 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে মহিলাগৰাকীৰ স্বামী তথা পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক: Student Missing: মায়ঙত বিদ্যালয়লৈ গৈ 4 দিন ধৰি নিখোঁজ এগৰাকী নাবালিকা ছাত্ৰী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details