ব্ৰহ্মপুত্ৰৰ বুকুত সন্তান প্ৰসৱ, ১০৮ কৰ্মীৰ তৎপৰতা - Childbirth in Brahmaputra - JMCH

🎬 Watch Now: Feature Video

thumbnail
ব্ৰহ্মপুত্ৰৰ বুকুত সন্তান প্ৰসৱ, ১০৮ কৰ্মীৰ তৎপৰতা (undefined)

By ETV Bharat Assamese Team

Published : April 13, 2024 at 5:40 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী,১৩ এপ্ৰিল: ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলীৰ প্ৰসূতিৰ প্ৰসৱ । জেংৰাইমুখ কেঁচাইখোৱাৰ প্ৰণিতা দলে নামৰ প্ৰসূতিগৰাকীক পৰিয়ালৰ লোকে মাজুলীৰ গড়মূৰস্থিত জিলা চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ গৈছিল । চিকিৎসকে প্ৰসূতিগৰাকীক যোৰহাটলৈ প্ৰেৰণ কৰাত ১০৮ নৌকা এম্বুলেঞ্চত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় পৰিয়ালে ।  

ইয়াৰ পিচতে ব্ৰহ্মপুত্ৰৰ মাজভাগ পাওতেই প্ৰসৱ যন্ত্ৰণা বৃদ্ধি পাই প্ৰসূতিগৰাকীৰ । লগে লগে এম্বুলেঞ্চতে এটি কন্যা সন্তান জন্ম দিয়ে প্ৰসূতিগৰাকীয়ে । ১০৮ কৰ্মী ইশানন্দ নৰহ আৰু সহকৰ্মী দশৰথ চাহ, অজয় চাতোলাই সুকলমে প্ৰসৱ কৰাই মহিলাগৰাকীক । JMCH ত সদ্যজাত সন্তানসহ প্ৰসূতিগৰাকী উপস্থিত হোৱাৰ পিচতে চিকিৎসকে তাৎক্ষণিকভাৱে চিকিৎসা প্ৰদান কৰে সন্তানটি আৰু প্ৰসূতিগৰাকীক । বৰ্তমান সন্তান আৰু মাতৃ দুয়োগৰাকীয়েই সুস্থ  জানিবলৈ দিয়ে চিকিৎসকে ।

লগতে পঢ়ক: প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details