ধেমাজি বৰদলনিত শ্বহীদ জগন্নাথ চুতীয়াৰ স্মৃতিত পথ উদ্বোধন - DIG of CRPF

🎬 Watch Now: Feature Video

thumbnail
বীৰ জগন্নাথ চুতীয়া (undefined)

By ETV Bharat Assamese Team

Published : March 6, 2024 at 2:24 PM IST

1 Min Read
Choose ETV Bharat

ধেমাজি, ৬ মাৰ্চ : ২০০৭ ত ছত্তিশগড়ত মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা ধেমাজি বৰদলনিৰ বাহঁৰ কাটিকা গাঁৱৰ  ৪৩নং চি আৰ পি এফৰ জোৱান বীৰ জগন্নাথ চুতীয়াৰ নামত আজি এটি পথ আৰু স্মৃতিসৌধ মুকলি কৰা হয় ৷ বুধবাৰে বীৰজনাৰ বাসগৃহত চিৰ আৰ পি এফ কোম্পানী আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা শুভাৰম্ভণি অনুষ্ঠানটোত ছহিদৰ স্মৃতিত নিৰ্মাণ কৰা পথ আৰু এটি স্মৃতিসৌধটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সাংসদ প্ৰদান বৰুৱাই ৷  

এই অনুষ্ঠানত আংশগ্ৰহণ কৰে চি আৰ পি এফৰ ডি আই জি আৰু অধিনায়ক তথা উচ্চপদস্থ সেনা বিষয়া আৰু জোৱানসকলে ৷ অনুষ্ঠানটোত বীৰজনাৰ জীৱন আৰু দেশপ্ৰেম সোঁৱৰণ কৰি তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি  নিবেদন কৰে সাংসদ গৰাকীৰ লগতে সেনা বিষয়াসকলে ৷

লগতে পঢ়ক:কলিয়াবৰত আছুৰ গামোচাৰ সূতা বিতৰণৰ সাত বছৰ সম্পূৰ্ণ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details