নিয়ন্ত্ৰণ হেৰুৱাই তেলিজান নদীত পৰিল মাৰুতি এল্ট' - Road accident in Assam

🎬 Watch Now: Feature Video

thumbnail
নিয়ন্ত্ৰণ হেৰুৱাই তেলিজান নদীত পৰিল মাৰুতি এল্ট' (undefined)

By ETV Bharat Assamese Team

Published : February 1, 2024 at 12:48 PM IST

1 Min Read
Choose ETV Bharat

ধেমাজি,১ ফেব্ৰুৱাৰী : ৰাজ্যত পথ সুৰক্ষা সজাগতা মাহ অনুষ্ঠিত কৰি অহাৰ সময়তে ৰাষ্ট্ৰীয় ঘাই পথত সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা ৷ বুধবাৰে নিশা ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই তেলিজান নদীত পৰিল মাৰুতি এল্ট' বাহন ৷ জানিবপৰামতে বাহনতখনত আছিল কেৱল চালকগৰাকী ৷ স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰা হয় আহত চালকগৰাকীক ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি চাংমাইচুক গাঁৱৰ লোকজনে অত্যধিক সুৰাপান কৰি চলাই আহিছিল গাড়ীখন ৷  

দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ AS-22-D-1277 । বৰ্তমান আহত ব্যক্তিগৰাকী চিকিৎসালয়ত ভৰ্তি হৈ আছে বুলি জানিবলৈপৰা গৈছে । উল্লেখ্য যে, সুৰাপায়ী চালকৰ বিৰুদ্ধে প্ৰশাসন কঠোৰ হোৱাৰ সময়ত সুৰাপায়ী চালকে দুৰ্ঘটনা সংঘটিত কৰাত ক্ষোভিত হৈ পৰিছে সচেতন মহল । 

লগতে পঢ়ক : পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ অধ্যাপকে

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details