সৰ্বভাৰতীয় বিমান বন্দৰ কৰ্তৃপক্ষৰ প্লাষ্টিক বৰ্জন সজাগতা ৰেলী - plastic exclusion programme

🎬 Watch Now: Feature Video

thumbnail
সৰ্বভাৰতীয় বিমান বন্দৰ কৰ্তৃপক্ষ (undefined)

By ETV Bharat Assamese Team

Published : February 20, 2024 at 2:20 PM IST

1 Min Read
Choose ETV Bharat

মিৰ্জা, ২০ ফেব্ৰুৱাৰী : সৰ্বভাৰতীয় বিমান বন্দৰ কৰ্তৃপক্ষৰ উদ্যোগত প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত ২০ দিনীয়াকৈ চাইকেল ৰেলীৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । গুৱাহাটীৰ পৰা ডিমাপুৰ, ডিমাপুৰৰ পৰা ডিব্ৰুগড়, ডিব্ৰুগড়ৰ পৰা পাচিঘাট,পাচিঘাটৰ পৰা হলোংগী, হলোংগীৰ পৰা পুনৰ গুৱাহাটীলৈ আহি ১০ মাৰ্চত এই চাইকেল ৰেলীৰ সামৰণি পৰিব । মূলতঃ প্লাষ্টিক বৰ্জনৰ সজাগতা বৃদ্ধি আৰু বিমান বন্দৰ কৰ্তৃপক্ষই হাতত লৈ অহা বিভিন্ন খেলৰ প্ৰশিক্ষণৰ কাৰ্যসূচীৰ চাইকেল চলোৱাতো অন্যতম হিচাপে গণ্য কৰি এই ৰেলীৰ আয়োজন কৰা হৈছে ।  

আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা লোকসকলে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বিমান বন্দৰত কৰ্মৰত । এই চাইকেল ৰেলীৰ শুভাৰম্ভণি অনুষ্ঠানত কেবাগৰাকীও অন্য বিমান বন্দৰৰ বিষয়া উপস্থিত থাকে ।   

লগতে পঢ়ক:বশিষ্ঠৰ পাটৰকুছিত তিনিদিনীয়াকৈ অনুস্থিত হৈছে দেহাল কাচিৰ্দম উৎসৱ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details