মৰিগাঁও জিলাত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন - National science day

🎬 Watch Now: Feature Video

thumbnail
মৰিগাঁও জিলাত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 4:07 PM IST

1 Min Read
Choose ETV Bharat

মৰিগাঁও, 28 ফেব্ৰুৱাৰী : 28 ফেব্ৰুৱাৰীত দেশজুৰি পালন  কৰা হৈছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ৷ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ বঘৰাস্থিত সংস্কৃতি বিদ্যাপীঠ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত আৰু অসম বিজ্ঞান সমিতিৰ মৰিগাঁও জিলা সহযোগত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয় ৷ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা বিভিন্ন বিজ্ঞান ভিত্তিক উদ্ভাৱনী প্ৰকল্প প্ৰদৰ্শন কৰা হয় । 

বিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰদৰ্শনীত প্ৰদৰ্শন কৰে বহুকেইটা বিজ্ঞান প্ৰকল্প । এই বিজ্ঞান প্ৰদৰ্শনীত পৰ্যবেক্ষক হিচাপে অসম বিজ্ঞান সমিতিৰ মৰিগাঁও জিলা শাখাৰ যুটীয়া সম্পাদক লক্ষ্যজ্যোতি শ‌ইকীয়া উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা প্ৰকল্পসমূহ নীৰিক্ষণ কৰে ৷

এই ধৰণৰ পদক্ষেপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শ্ৰেণী কোঠাৰ পাঠ্যক্ৰমৰ উপৰিও বিজ্ঞানৰ মানসিকতা গঢ়ি তোলাত সহায় কৰিব বুলি আগবঢ়াই মন্তব্য লক্ষ্যজ্যোতি শইকীয়াই ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ আলোচ্য বিষয়ত আলোকপাত

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details