মহানগৰীত পুনৰ দিন দুপৰতে বাহনৰ গ্লাছ ভাঙি ধন লুট - money looted case in Guwahati - MONEY LOOTED CASE IN GUWAHATI

🎬 Watch Now: Feature Video

thumbnail
মহানগৰীত পুনৰ দিন দুপৰতে বাহনৰ গ্লাছ ভাঙি ধন লুট (undefined)

By ETV Bharat Assamese Team

Published : April 4, 2024 at 8:11 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, 4 এপ্ৰিল : পুনৰ মহানগৰীত দিন দুপৰতে পুনৰ ধন লুটৰ ঘটনা সংঘটিত হৈছে । গাড়ীৰ গ্লাচ ভাঙি লুটি নিলে নগদ ধনসহ মূল্যবান কাগজ-পত্ৰৰ বেগ । মহানগৰীৰ জয়ানগৰত সংঘটিত হৈছে এই ঘটনা । ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে দিনৰ প্ৰায় 12 মান বজাত এগৰাকী ব্যক্তিয়ে পথৰ দাঁতিত AS 01 DV 1850 নম্বৰৰ বাহনখন ৰখাই সমীপৰে চাহ দোকানত চাহ খাবলৈ যায় । 

তাৰ পিচতে প্ৰায় 5 মিনিটৰ ভিতৰত বাহনখনৰ ওচৰলৈ লোকজনে ঘূৰি আহি দেখে যে, গাড়ীৰ গ্লাচ ভাঙি কোনো দুৰ্বৃত্তৰ দলে গাড়ীৰ চিটৰ ওপৰত ৰাখি থোৱা টকা তথা নথি-পত্ৰৰ বেগটো লৈ উধাও হয়। 

এই ঘটনাৰ পিচতে বশিষ্ঠ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । উল্লেখ্য যে বিগত সপ্তাহতো বেলতলা ছাৰ্ভেত সংঘটিত হৈছিল অনুৰূপ ঘটনা । এগৰকী মহিলাই পথৰ দাঁতিত ৰখাই থোৱা বাহনৰ গ্লাছ ভাঙি কোনো দুৰ্বৃত্তই লৈ গৈছিল টকাৰ বেগ । 

মহানগৰৰ বেলতলা অঞ্চলত এতিয়া প্ৰতিদিনে এনেধৰনৰ ঘটনা সংঘটিত হোৱাৰ ফলত শংকিত হৈ পৰিছে সাধাৰণ জনতা ৷

লগতে পঢ়ক: ২০২৩-২৪ বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি সৰ্বাধিক পৰ্যটকৰ সংখ্যা - Highest Tourist in Kaziranga

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details