গোলাঘাটৰ নতুন আমোলাপট্টিত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত চাৰিটাকৈ বাসগৃহ - Fire news of Golaghat

🎬 Watch Now: Feature Video

thumbnail
গোলাঘাটত ভয়ংকৰ অগ্নিকাণ্ড (undefined)

By ETV Bharat Assamese Team

Published : January 27, 2024 at 1:07 PM IST

1 Min Read
Choose ETV Bharat

গোলাঘাট, ২৭ জানুৱাৰী : গোলাঘাট নগৰৰ নতুন আমোলাপট্টিৰ ফণীধৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত বিশ্বজিৎ ফুকন নামৰ এজন লোকৰ ভাড়াঘৰত শনিবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডৰ ফলত চাৰিটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে জাহ যায় । লগতে অগ্নিকাণ্ডৰ ফলত কেইবা লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয়।  

উক্ত ঘটনা সম্পৰ্কে গোলাঘাটৰ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দুখকৈ বাহন উপস্থিত হৈ ৰাইজৰ সহযোগত জু‌ই নিৰ্বাপন কৰে । আজি সংঘটিত এই অগ্নিকাণ্ডৰ ফলত তিনিটা ভাড়াঘৰ আৰু এটা টেন্ট হাউছৰ সামগ্ৰী জুইত জাহ যায় । কেনেকৈ এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক:কয়লাখনিত অগ্নিকাণ্ড : নিহতৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী 

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details