টিংখাঙত বিনা মেঘে বজ্ৰপাত ! ঘৰ-সম্পত্তি অনিষ্ট - টিংখাঙত বজ্ৰপাত

🎬 Watch Now: Feature Video

thumbnail
টিংখাঙত বিনা মেঘে বজ্ৰপাত (undefined)

By ETV Bharat Assamese Team

Published : January 27, 2024 at 9:24 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 27 জানুৱাৰী : টিংখাঙত ঔ-ফুলীয়া পঞ্চায়তৰ বাজিপহুমৰা গাঁৱত শুকুৰবাৰে নিশা পৰে ব্ৰজপাত ৷ ফলত অঞ্চলটোৰ কেইবাজনো লোকৰ বাসগৃহ বিস্তৰ ক্ষতিসাধন হয় ৷ ঘটনা অনুসৰি, গায়েত্ৰী নেৱাৰ নামৰ লোকজনৰ বাগানৰ এজোপা গছত বজ্ৰপাতৰৰ লগতে প্ৰায় আধা কিলোমিটাৰলৈকে মাটিত ফাঁট মেলে ৷ বাগানৰ কাষৰ ভৰত নেৱাৰ নামৰ ব্যক্তিজনৰ ঘৰৰ চোতাল ফাটি যোৱাৰ লগতে পৰিয়ালটোৰ সকলো সদস্য কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ঘৰৰ বিভিন্ন সামগ্ৰীৰ ক্ষতিসাধন হয় ৷

তদুপৰিও ঘটনাস্থলীৰ সমীপৰ কেইবাটাও ঘৰৰ বৈদ্যুতিক সঁজুলি বিনষ্ট হৈছে বুলি জানিবলৈ দিছে ৷ স্থানীয় ৰাইজে কয়, ‘‘নিশা বিনা মেঘে বজ্ৰপাত হ’ল ৷ ফলত কেইবাটাও পৰিয়ালৰ ঘৰৰ সম্পত্তি ক্ষতি হোৱাৰ লগতে কেইবাজনো আহত হৈছে ৷ বিগত কেইবাবছৰৰ পৰা অঞ্চলটোত বজ্ৰপাত পৰিবলৈ ধৰিছে ৷ কিয় হৈছে আমি গম পোৱা নাই  ৷’’

লগতে পঢ়ক : চৰ্চাত থকা কংগ্ৰেছৰ কেবাজনো নেতাই লোকসভাত টিকট পোৱাটো নিশ্চিত : ভূপেন বৰা 

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details