আই আই টিৰ বি টেক ষষ্ঠ সান্মাষিকৰ ছাত্ৰ সন্ধানহীন - IIT Guwahati Student missing - IIT GUWAHATI STUDENT MISSING

🎬 Watch Now: Feature Video

thumbnail
গুৱাহাটী আই আই টি (undefined)

By ETV Bharat Assamese Team

Published : April 22, 2024 at 10:51 PM IST

1 Min Read
Choose ETV Bharat

আমিনগাঁও, 22 এপ্ৰিল: পুনৰ চৰ্চালৈ আহিছে গুৱাহাটী আই আই টি । এইবাৰ আত্মহত্যা নহয়, ছাত্ৰ নিৰুদ্দেশৰ ঘটনাই জোঁকাৰিছে আই আই টি । আই আই টি, গুৱাহাটীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ ছাত্ৰ দ্বিবাকৰ মৌৰ্য সন্ধানহীন হৈ আছে । বি টেক ষষ্ঠ সান্মাষিকৰ ছাত্ৰজনৰ ঘৰ ৰাজস্থানৰ আলোৱাৰত ।  

যোৱা ৯ এপ্ৰিলৰ পৰা আই আই টি গুৱাহাটীৰ লোহিত ছাত্ৰাবাসৰ পৰা সন্ধানহীন হৈ আছে দ্বিবাকৰ মৌৰ্য নামৰ ছাত্রজন। ছাত্ৰজনক বিচাৰি পৰিয়ালৰ লোকে আই আই টিৰ ওচৰতেই বাহৰ পাতিছে । উল্লেখ্য় যে কিছুদিন পূৰ্বে একেটা হোষ্টেলৰে এজন ছাত্ৰই আত্মহত্য়া কৰিছিল । উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনত সঘনাই সংঘটিত এনে ঘটনাক লৈ চিন্তিত হৈ পৰিছে অভিভাবকসকল । ইতিমধ্যে আই আই গুৱাহাটী কৰ্তৃপক্ষই নিৰুদ্দেশ সম্পৰ্কে এক গোচৰ ৰুজু কৰিছে উত্তৰ গুৱাহাটী আৰক্ষী থানাত।

লগতে পঢ়ক:হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ আই আই টি গুৱাহাটীৰ ছাত্ৰক - IIT Guwahati Student Found Dead

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details