হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ আই আই টি গুৱাহাটীৰ ছাত্ৰক - IIT Guwahati student found dead - IIT GUWAHATI STUDENT FOUND DEAD

🎬 Watch Now: Feature Video

thumbnail
ছাত্ৰৰ আত্মহনন (undefined)

By ETV Bharat Assamese Team

Published : April 11, 2024 at 5:11 PM IST

1 Min Read
Choose ETV Bharat

আমিনগাঁও, 11 এপ্ৰিল : আই আই টি গুৱাহাটীত পুনৰ এক অঘটন ৷ পুনৰ এক আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে প্ৰতিষ্ঠানখনত ৷ বুধবাৰে নিশা  আই আই টি গুৱাহাটীৰ এগৰাকী ছাত্ৰই আত্মহনন কৰে ৷ এই খবৰে শিক্ষা প্ৰতিষ্ঠানখনত শোকৰ ছাঁ পেলাইছে ৷ 

উল্লেখ্য যে বিহাৰৰ সমষ্টিপুৰৰ বাসিন্দা আছিল ছাত্ৰজন ৷ মৃত ছাত্ৰজনৰ নাম আছিল সৌৰভ ৷ আই আই টি গুৱাহাটীৰ দিহিং হোষ্টেলৰ আবাসী আছিল ছাত্ৰজন ৷ জানিব পৰা মতে সৌৰভ কম্পিউটাৰ চায়েন্সৰ ছাত্ৰ আছিল ৷ ছাত্ৰাৱাসৰ নিজৰ কোঠাতে এই ঘটনা সংঘটিত কৰে ছাত্ৰজনে ৷ ইতিমধ্যে কামৰূপ আৰক্ষীযে ঘটনা সম্পৰ্কে তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে, আই আই টি গুৱাহাটীক পূৰ্বেও এনে ভালেকেইটা আত্মহননৰ ঘটনাই জোকাৰি গৈছে ৷

লগতে পঢ়ক : কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ চৰম সিদ্ধান্ত - Student Commits Suicide

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details