মাজুলীৰ চূমৈমাৰী মিচিং গাঁৱত আৱতৰীয়‍া বিহু, ঘৰৰ ল’ৰা ঘৰলৈ আহিল - APSC Exam 2023

🎬 Watch Now: Feature Video

thumbnail
মাজুলীৰ চূমৈমাৰী মিচিং গাঁৱত আৱতৰীয়‍া বিহু (undefined)

By ETV Bharat Assamese Team

Published : February 1, 2024 at 9:52 AM IST

1 Min Read
Choose ETV Bharat

মাজুলী, 1 ফ্ৰেব্ৰুৱাৰী : বুধবাৰে মাজুলীৰ চূমৈমাৰী মিচিং গাঁৱত এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে ৷ দেখা পোৱা গৈছিল আৱতৰীয়‍া গুমৰাগ নৃত্যও ৷ কাৰণ বুধবাৰে মাজুলীৰ গৌৰৱ ধ্ৰুৱজ্যোতি পাদুন জন্মভূমি চূমৈমাৰী গাঁৱত উপস্থিত হোৱাৰ পাচতে গাঁওবাসীয়ে তেওঁক উষ্ম আদৰণি জনায় ৷ উল্লেখ্য যে, সদ্য ঘোষিত এ পি এছ চিৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰতে 86 স্থান লাভ কৰি মাজুলীলৈ সুনাম কঢ়িয়াই আনিছিল ধ্ৰুৱজ্যোতি পাদুনে ৷

কৰ্মসূত্ৰে দিল্লীত থকা ধ্ৰুৱজ্যোতিয়ে বুধবাৰে জন্মগাঁৱত উপস্থিত হোৱাত ‘ঘৰৰ ল’ৰা ঘৰলৈ আহিল’ বুলিও ৰাইজে উল্লেখ কৰে ৷  ‘‘প্ৰথম নহয়, দ্বিতীয় বাৰতহে মই সফলতা লাভ কৰিলো ৷ একাগ্ৰতা, ধৈৰ্য্য আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে সফলতা লাভ কৰিব পাৰি’’ বুলি উল্লেখ কৰে ধ্ৰুৱজ্যোতিয়ে ৷

লগতে পঢ়ক : মিচিং যুৱ মহোৎসৱৰ কাৰ্যসূচী সালসলনি

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details