অৱশেষত অসমৰ পৰা বিদায় ল’লে আনন্দ মিশ্ৰই - Borjhar Airport

🎬 Watch Now: Feature Video

thumbnail
অৱশেষত অসমৰ পৰা বিদায় ল’লে আনন্দ মিশ্ৰই (undefined)

By ETV Bharat Assamese Team

Published : January 27, 2024 at 11:41 AM IST

1 Min Read
Choose ETV Bharat

মিৰ্জা, 27 জানুৱাৰী: খাকী পোচাকযোৰ ত্যাগ কৰি অসমীয়াৰ মৰমকো নেওচি অৱশেষত উভতি গ’লগৈ প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰ । স্থলপথেৰে যোৱাৰ পৰিকল্পনা কৰিছিল যদিও পিচত বিমানেৰেই যাত্ৰা কৰিলে প্ৰাক্তন আই পি এছ বিষয়াগৰাকীয়ে। বৰঝাৰ বিমান বন্দৰৰ পৰা কলকাতা হৈ বিহাৰ পাবগৈ আনন্দ মিশ্ৰ । শনিবাৰে পুৱাই বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ আনন্দ মিশ্ৰই বিদায় ল’লে অসমৰ পৰা।

অসম এৰি যোৱাৰ মূহূৰ্তত আৱেগিক হৈ পৰা দেখা গ’ল মিশ্ৰক ৷ সাংবাদিকৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি প্ৰাক্তন আই পি এছ আনন্দ মিশ্ৰই কয়, আহিলেতো এদিন যাবই লাগিব ৷ সাম্প্ৰতিক বিহাৰৰ ৰাজনৈতিক পৰিস্থিতিৰ লগত তেওঁ অসম ত্যাগ কৰাৰ কোনো সম্পৰ্ক নাই বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয় এই কথা জনায় আনন্দ মিশ্ৰই ৷

লগতে পঢ়ক: অসম এৰি শীঘ্ৰে বিহাৰ কেডাৰত যোগদান কৰিব আনন্দ মিশ্ৰই

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details