তৰল মন্তব্যৰে নহয় ৰাইজৰ বিশ্বাস অৰ্জন কৰি নিৰ্বাচনত জয়ী হোৱাৰ অংগীকাৰ গৌৰৱৰ - Jorhat Lok Sabha constituency

🎬 Watch Now: Feature Video

thumbnail
চৰাইদেউত গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ (undefined)

By ETV Bharat Assamese Team

Published : March 17, 2024 at 1:44 PM IST

1 Min Read
Choose ETV Bharat

চৰাইদেউ, ১৭ মাৰ্চ : যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ অভিযান । প্ৰাৰ্থিত্ব লাভ কৰাৰ পাচতে দেওবাৰে চৰাইদেউত প্ৰচাৰ অভিযানৰ বাবে উপস্থিত হয় গৌৰৱ গগৈ । ঐতিহাসিক চৰাইদেউ মৈদামত সেৱা লৈ আজিৰ দিনটোত চৰাইদেউ জিলা পৰিভ্ৰমণ কৰি দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰা লগতে প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব গৌৰৱ গগৈয়ে ।  

চৰকাৰ গঠন হ'লে CAA বাতিল কৰিব বুলি ঘোষণা কৰে সাংসদ গৌৰৱ গগৈয়ে । তেওঁ কয়, "INDI এলায়েন্স চৰকাৰ গঠন হ'লে প্ৰথম কেবিনেট বৈঠকতে বাতিল কৰিম নাগৰিকত্ব সংশোধনী আইন ।" উল্লেখ্য যে, চৰাইদেউত উপস্থিত হোৱা গৌৰৱ গগৈক সংগ দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক উৎপল গগৈকে আদি কৰি দলীয় নেতা-কৰ্মীয়ে ।

লগতে পঢ়ক: এইবাৰ ঐতিহাসিক আৰু আৱেগৰ নিৰ্বাচন হ'ব: গৌৰৱ গগৈ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details