আন্তঃমহাবিদ্যালয় উশ্বু প্ৰতিযোগিতাত সৰুপথাৰ মহাবিদ্যালয়লৈ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ সন্মান - উশ্বু প্ৰতিযোগিতা

🎬 Watch Now: Feature Video

thumbnail
আন্তঃমহাবিদ্যালয় উশ্বু প্ৰতিযোগিতাত সৰুপথাৰ মহাবিদ্যালয়লৈ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ সন্মান (undefined)

By ETV Bharat Assamese Team

Published : January 30, 2024 at 7:00 PM IST

|

Updated : January 30, 2024 at 10:32 PM IST

1 Min Read
Choose ETV Bharat

সৰুপথাৰ, 30 জানুৱাৰী : সৰুপথাৰ মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় উশ্বু প্ৰতিযোগিতা । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মুঠ 11 খন মহাবিদ্যালয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷ এই প্ৰতিযোগিতাত 6 টা সোণ, 5 টা ৰূপ, 3 টা ব্ৰঞ্জ পদকেৰে সৰুপথাৰ মহাবিদ্যালয়ে শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ লাভ কৰাৰ লগতে মহিলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰী অটি লিম্বুৱে। আনহাতে পুৰুষৰ শ্ৰেষ্ঠ খেলুৱৈ লাভ কৰে বৰহাট মহাবিদ্যালয়ৰ মানস প্ৰতিম সোণোৱালে । 3 টা সোণৰ পদক, 1 টা ৰূপ, 2 টা ব্ৰঞ্জ পদক লাভ কৰি দ্বিতীয় শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ খিতাপ লাভ কৰে মৰিধল মহাবিদ্যালয়ে ।

উল্লেখ্য যে, আন্তঃমহাবিদ্যালয় উশ্বু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰা খেলুৱৈসকলে পৰৱৰ্তী আন্তঃবিশ্ববিদ্যালয় পৰ্যায়ত অংশগ্ৰহণ কৰিব পাৰিব ৷

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত OMR শ্বীটৰ ব্যৱস্থা

Last Updated : January 30, 2024 at 10:32 PM IST

ABOUT THE AUTHOR

...view details