বাবৰি মছজিদৰ প্ৰসংগ উত্থাপন কৰি সাংসদ আজমলৰ দুখ প্ৰকাশ - মছজিদৰ ঠাইত ৰাম মন্দিৰ নিৰ্মাণ

🎬 Watch Now: Feature Video

thumbnail
বাবৰি মছজিদৰ প্ৰসংগ উত্থাপন কৰি সাংসদ আজমলৰ দুখ প্ৰকাশ (undefined)

By ETV Bharat Assamese Team

Published : February 10, 2024 at 2:16 PM IST

1 Min Read
Choose ETV Bharat

গোৱালপাৰা, 10 ফেব্ৰুৱাৰী: সাধাৰণ নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে ব্যস্ততা বাঢ়িছে ৰাজনৈতিক দলবোৰৰ ৷ পিচ পৰি থকা নাই এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল । বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বালাপাৰত শুকুৰবাৰে এখন ধৰ্মীয় সভাত উপস্থিত হয় এ আই ইউ ডি এফৰ প্ৰধানগৰাকী ।

বালাপাৰত বাবৰি মছজিদ সন্দৰ্ভত মন্তব্য আগবঢ়ায় সাংসদগৰাকী । সাংসদগৰাকী কয়, "500 বছৰীয়া ইতিহাস প্ৰসিদ্ধ বাবৰি মছজিদ একে নিশাৰ ভিতৰতে কংগ্ৰেছ চৰকাৰে ধ্বংস কৰিছিল । বাবৰি মছজিদ ধ্বংস কৰাৰ সময়ত দিল্লীত কংগ্ৰেছ চৰকাৰ আছিল । বাবৰি মছজিদ ভাঙি দি মছজিদৰ ঠাইত ৰাম মন্দিৰ নিৰ্মাণ কৰা কাৰ্যক লৈ সদায় দুখ থাকি যাব । 500 বছৰীয়া ইতিহাস প্ৰসিদ্ধ পুৰণি বাবৰি মছজিদ ধ্বংস কৰিব পাৰে কিন্তু ইতিহাস ধ্বংস কৰিব নোৱাৰে ৷

লগতে পঢ়ক: সংবাদ মাধ্যমৰ শিৰোনাম দখলৰ উদ্দেশ্যৰেই আজমলে কৰে বিতৰ্কিত মন্তব্য !

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details