মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ বিক্ষোভ সমদল - AASU protest in Barpeta

🎬 Watch Now: Feature Video

thumbnail
মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ বিক্ষোভ সমদল (undefined)

By ETV Bharat Assamese Team

Published : February 1, 2024 at 2:50 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটা,১ ফেব্ৰুৱাৰী: অসম চৰকাৰৰ কেবিনেট বৈঠকত অসমীয়া ভাষা পৰিৱৰ্তে ইংৰাজী ভাষাত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত । মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তক লৈ বৃহস্পতিবাৰে বৰপেটা চহৰত আছুৰ বিক্ষোভ সমদল । বৰপেটা জিলা ছাত্ৰ সন্থাই বৰপেটা চহৰৰ মাজেৰে সমদল কৰি মাতৃ ভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল কৰক, জয় আই অসম, আছু জিন্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে বৰপেটা চহৰ  ৷ 

অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত কোনোপধ্যেই মানি লোৱা নহ’ব বুলি পষ্ট মত বৰপেটা জিলা ছাত্ৰ সন্থাৰ। অসম চৰকাৰে ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়কেইটা ইংৰাজী মাধ্যমত পঢ়োৱাৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰিছে আছুই। অন্যথা এই সিদ্ধান্ত বাতিল নকৰিলে ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি মন্তব্য কৰে ।

লগতে পঢ়ক: উত্তপ্ত মনোহাৰী চাহ বাগিচা, শ্ৰমিকৰ হুংকাৰ- হিটলাৰী শাসন নচলিব

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details