যোৰহাটত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন মন্ত্ৰী অতুল বৰাৰ - Minister Atul Bora unfurl flag

🎬 Watch Now: Feature Video

thumbnail
৭৫ সংখ্যক গণৰাজ্য দিৱস পালন (undefined)

By ETV Bharat Assamese Team

Published : January 26, 2024 at 1:04 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট, ২৬ জানুৱাৰী : যোৰহাটৰ কছাৰীৰ ময়দানৰ পৰিৱৰ্তে প্ৰথমবাৰৰ বাবে চৰকাৰী বহুমুখী বালক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় গণৰাজ্য দিৱসৰ কাৰ্যসূচী । ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে মন্ত্ৰী অতুল বৰাই । ইতিহাস গৰকা যোৰহাটৰ কছাৰীৰ ময়দানৰ পৰিৱৰ্তে যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয় খেলপথাৰত ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী,কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী, যোৰহাট আৰক্ষী, যান-বাহন আৰক্ষী, স্কাউট গাইড, এন চি চি, গৃহৰক্ষী বাহিনী, তৃতীয় অসম আৰক্ষী বাহিনী বেণ্ড পাৰ্টীৰ অভিবাদন গ্ৰহণ কৰে মন্ত্ৰী বৰাই ।

৭৫ সংখ্যক গণৰাজ্য দিৱসৰ ভাষণত মন্ত্ৰী অতুল বৰাই দীৰ্ঘদিনীয়া অসমৰ সীমা সমস্যা সমাধানৰ কেনেদৰে ফলপ্ৰসুভাৱে আগৱাঢ়িছে সেয়া ব্য়াখ্য়া কৰে । তেওঁ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বিষয়েও উল্লেখ কৰে । মন্ত্ৰী অতুল বৰাই অমৃত বৃক্ষ, কেৱিনেট বৈঠকত অসমৰ সমস্যা সমাধানত দ্ৰুত গতিত আগবঢ়া, নতুন ৰেচন কাৰ্ড,অৰুণোদয়কে আদি কৰি বিভিন্ন ফলপ্ৰসূ আঁচনি আৰু সমস্যা সমাধান কৰিবলৈ কিদৰে অসম চৰকাৰ আগবাঢ়িছে সেই কথা উল্লেখ কৰে ।

লগতে পঢ়ক : মহিলা মাউত পাৰ্বতী বৰুৱা, আদৰ্শ কৃষক সৰ্বেশ্বৰ বসুমতাৰী শিল্পী দ্ৰোণ ভূঞালৈ পদ্মশ্ৰী সন্মান

ABOUT THE AUTHOR

...view details