ETV Bharat / bharat

ভাৰতত প্ৰথমবাৰৰ বাবে অত্যধিক বৃদ্ধি সোণ-ৰূপৰ মূল্য, চাওক ক’ত কিমান দাম বাঢ়িল - Gold Rates Today

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 10:42 AM IST

Updated : Apr 4, 2024, 11:44 AM IST

Gold silver rates today
Gold silver rates today

Gold silver rates today : আজি ভাৰতত সোণ-ৰূপৰ মূল্যৰ বৃদ্ধি পাইছে । ব্যয়বহুল সোণৰ মূল্য প্ৰায় ৭০ হাজাৰ টকা হৈছেগৈ । বিভিন্ন চহৰত সোণ আৰু ৰূপৰ শেহতীয়া হাৰ কিমান হৈছে জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

নিউজ ডেস্ক, ৪ এপ্ৰিল : আজি অৰ্থাৎ ৪ এপ্ৰিলত সোণ-ৰূপৰ মূল্য বৃদ্ধি পাইছে । ভাৰতীয় বুলিয়নৰ বজাৰত আজি সোণ-ৰূপ যথেষ্ট ব্যয়বহুল । ব্যয়বহুল হোৱাৰ পিচত সোণৰ মূল্য প্ৰায় ৭০ হাজাৰ টকা হৈছেগৈ । ২২ কেৰেট সোণৰ মূল্য ৬৪,১১০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৭০,০৩০ টকা ।

আজি আপোনাৰ চহৰত সোণৰ দাম কিমান, জানি লওক -

  • দিল্লীত সোণৰ মূল্য - দিল্লীত আজি ২২ কেৰেট সোণৰ মূল্য ৬৪,২৬০ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰাম ৭০,০৩০ টকা।
  • মুম্বাইত সোণৰ মূল্য- মুম্বাইত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৪,১১০ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৯,৮৮০ টকা ।
  • কলিকতাত সোণৰ মূল্য - আজি কলিকতাত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৪,১১০ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৯,৮৮০ টকা ।
  • চেন্নাইত সোণৰ মূল্য - ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৫,০১০ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৭০,৯২০ টকা ।
  • বেংগালুৰুত সোণৰ মূল্য - আজি বেংগালুৰুত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৪,১১০ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৯,৮৮০ টকা ।
  • হায়দৰাবাদত সোণৰ মূল্য - আজি হায়দৰাবাদত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৪,১১০ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৯,৮৮০ টকা।
  • লক্ষ্ণৌত সোণৰ মূল্য - আজি লক্ষ্ণৌত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৪,২৬০ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৭০,০৩০ টকা ।
  • আহমেদাবাদত সোণৰ মূল্য- আজি আহমেদাবাদত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৪,১৬০ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৯,৯৩০ টকা ।
  • জয়পুৰত সোণৰ মূল্য- আজিৰ জয়পুৰত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৪,২৬০ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৭০,০৩০ টকা ।

লগতে পঢ়ক : সোণৰ মূল্যই এই বছৰ 70 হাজাৰ টকা স্পৰ্শ কৰাৰ সম্ভাৱনা

Last Updated :Apr 4, 2024, 11:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.