ETV Bharat / bharat

ফিউচাৰ গেমিং ১৩৬৮ কোটি টকা, মেঘা ইঞ্জিনিয়াৰিং ৯৬৬ কোটি টকা: জানক নিৰ্বাচনী বণ্ডৰ শীৰ্ষ ক্ৰেতাসকল কোন কোন?

author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 12:47 PM IST

Top Buyers of Electoral Bonds: ইয়াত বাতিল কৰা নিৰ্বাচনী বণ্ডৰ শীৰ্ষ ক্ৰেতাসকলৰ এখন তালিকা দিয়া হৈছে, যাৰ সূচী নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে প্ৰকাশ কৰিছিল।

Etv Bharatuture-gaming-megha-engineering-top-buyers-of-electoral-bonds
ফিউচাৰ গেমিং ১৩৬৮ কোটি টকা, মেঘা ইঞ্জিনিয়াৰিং ৯৬৬ কোটি টকা: জানক নিৰ্বাচনী বণ্ডৰ শীৰ্ষ ক্ৰেতাসকল কোন কোন?

নেশ্যনেল ডেস্ক, 15 মাৰ্চ: ইতিমধ্যে নিৰ্বাচনী বণ্ডৰ বিষয়টোৱে দেশজুৰি বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ইতিমধ্যে ৰাজহুৱা কৰা হৈছে নিৰ্বাচনী বণ্ডৰ শীৰ্ষ ক্ৰেতাসকলৰ তালিকা ৷

বাতিল কৰা নিৰ্বাচনী বণ্ডৰ শীৰ্ষ ক্ৰেতাসকলৰ তালিকা তলত দিয়া হৈছে, যাৰ সূচী নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে প্ৰকাশ কৰিছিল। আহক চাই লও কোনে কোনে স্থান পাইছে এই তালিকাত…

ফিউচাৰ গেমিং এণ্ড হোটেল চাৰ্ভিচেছ - 1,368 কোটি টকা

মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড - 966 কোটি টকা

কুইক চাপ্লাই চেইন প্ৰাইভেট লিমিটেড - 410 কোটি টকা

বেদন্ত লিমিটেড - 400 কোটি টকা

হলদিয়া এনাৰ্জি লিমিটেড - 377 কোটি টকা

ভাৰতী গোট - 247 কোটি টকা

এচেল মাইনিং এণ্ড ইণ্ডাষ্ট্ৰিজ লিমিটেড - 224 কোটি টকা

ৱেষ্টাৰ্ণ ইউপি পাৱাৰ ট্ৰেন্সমিচন - 220 কোটি টকা

কেভেণ্টাৰ ফুডপাৰ্ক ইনফ্ৰা লিমিটেড - 194 কোটি টকা

মদনলাল লিমিটেড - 185 কোটি টকা

ডিএলএফ গ্ৰুপ - 170 কোটি টকা

যশোদা চুপাৰ স্পেচিয়েলিটি হস্পিটেল - 162 কোটি টকা

উৎকল এলুমিনা ইণ্টাৰনেচনেল - 145.3 কোটি টকা

জিন্দল ষ্টীল এণ্ড পাৱাৰ লিমিটেড - 123 কোটি টকা

বিৰলা কাৰ্বন ইণ্ডিয়া - 105 কোটি টকা

ৰুংটা চন্স - 100 কোটি টকা

ডঃ ৰেড্ডী’জ - ৮০ কোটি টকা

পিৰামল এণ্টাৰপ্ৰাইজেছ গ্ৰুপ - 60 কোটি টকা

নেভিউগা ইঞ্জিনিয়াৰিং - 55 কোটি টকা

শিৰডী চাই ইলেক্ট্ৰিকেল - 40 কোটি টকা

এডেলৱাইছ গ্ৰুপ - 40 কোটি টকা

চিপ্লা লিমিটেড - 39.2 কোটি টকা

লক্ষ্মী নিৱাস মিত্তাল - 35 কোটি টকা

গ্ৰাচিম ইণ্ডাষ্ট্ৰিজ -33 কোটি টকা

জিন্দল ষ্টেইনলেছ - 30 কোটি টকা

বাজাজ অটো -25 কোটি টকা

চান ফাৰ্মা লেবৰেটৰিজ - 25 কোটি টকা

মেনকাইণ্ড ফাৰ্মা - 24 কোটি টকা

বাজাজ ফাইনেন্স - 20 কোটি টকা

মাৰুতি চুজুকি ইণ্ডিয়া - 20 কোটি টকা

আল্ট্ৰাটেক - 15 কোটি টকা

টিভিএছ মটৰ্চ - 10 কোটি টকা।

লগতে পঢ়ক: নিৰ্বাচনী বণ্ডৰ তথ্য ৰাজহুৱা কৰিলে নিৰ্বাচন আয়োগে; 337 পৃষ্ঠাৰ দাতা, 426 পৃষ্ঠাৰ পাৰ্টী তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.