অসম

assam

Leopard Cat Rescued: কলিয়াবৰত লতামাকৰী উদ্ধাৰ

By

Published : Aug 2, 2022, 9:11 PM IST

কলিয়াবৰ মহকুমাৰ কঠালগুৰিৰ নিবাসী গৌতম চাংমাৰ বাসগৃহৰ পৰা মঙলবাৰে উদ্ধাৰ কৰা হয় এটা লতামাকৰী বাঘ (Leopard Cat rescued at Kaliabor)৷ ইয়াৰ পিছতে প্ৰকৃতিপ্ৰেমী দুলু বৰাই উদ্ধাৰ কৰে লতামাকৰী বাঘটো । ইফালে, বনবিভাগৰ উপস্থিতিত শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ চোৱাং সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হয় লতামাকৰী বাঘটো ।

ABOUT THE AUTHOR

...view details