অসম

assam

দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালাৰ বাসগৃহত অগ্নিকাণ্ড

By

Published : Sep 15, 2022, 10:07 AM IST

Updated : Sep 15, 2022, 11:10 AM IST

দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালাৰ বাসগৃহত বুধবাৰে নিশা সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড (Fire broke out in MLA Teras Gowala house) । বিধায়কগৰাকীৰ পাকঘৰ আৰু শোৱনি কোঠাত সংঘটিত হয় এই অগ্নিকাণ্ড (Fire incident in Duliajan) । জানিব পৰা অনুসৰি পাকঘৰত গেছ চিলিণ্ডাৰ বন্ধ নকৰাৰ বাবেই জুইৰ সূত্ৰপাত হৈছিল । জুইয়ে শোৱনি কোঠাত আৱৰি ধৰিছিল । কিন্তু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত অধিক ক্ষয়ক্ষতিৰ পৰা কথমপি ৰক্ষা পৰে বিধায়কগৰাকী । অগ্নিকাণ্ডৰ সময়ত বিধায়ক তেৰচ গোৱলা উপস্থিত নাছিল দুলীয়াজানৰ গৃহত ।
Last Updated :Sep 15, 2022, 11:10 AM IST

ABOUT THE AUTHOR

...view details