অসম

assam

কলিয়াবৰত চাবোনৰ বাকচত উদ্ধাৰ কোটি টকাৰ ড্ৰাগছ

By

Published : Apr 22, 2022, 8:48 PM IST

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Assam police raid against drugs) অব্যাহত থকাৰ সময়তে কলিয়াবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত আৰক্ষীৰ যুটীয়া প্ৰচেষ্টাত (Anti drugs mission) জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ উল্লেখ্য যে, চিলনীজানত AS 01 AV3048 নম্বৰৰ এখন হুণ্ডাই চেণ্ট্ৰ' বাহনৰ পৰা আৰক্ষীয়ে ৭৫ টা চাবোনৰ বাকছত জব্দ কৰে ৭৬২ গ্ৰাম হেৰ'ইন, যাৰ বজাৰ মূল্য হৈছে প্ৰায় চাৰে চাৰি কোটি টকা (Drugs seized at Kaliabor)৷ সম্প্ৰতি উক্ত ঘটনাৰ সৈতে জড়িত জুৰীয়াৰ মইদুল ইছলাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে (Drugs peddler arrested in Kaliabor)৷

ABOUT THE AUTHOR

...view details