অসম

assam

সৰভোগত চিপিআই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ জয়

By

Published : May 3, 2021, 10:22 AM IST

সৰভোগত চিপিআই এমৰ লাল দূৰ্গ উদ্ধাৰ ৷ সৰভোগত চিপিআই এম প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ শিৰত বিজয় মুকুট ৷ প্ৰায় ১২ হাজাৰ ভোটৰ ব্যৱধানত চিপিআইএমৰ মনোৰঞ্জন তালুকদাৰৰ জয়লাভ ৷ অখিল গগৈৰ বিজয়ক লৈ আনন্দিত বিজয়ী প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ ৷ অখিল গগৈকো সংবাদমাধ্যৰ জৰিয়তে অভিনন্দন জনালে মনোৰঞ্জন তালুকদাৰে ৷

ABOUT THE AUTHOR

...view details