অসম

assam

Swachh Bharat Abhiyan:সৰুপথাৰ গাওঁৰক্ষী বাহিনীৰ স্বচ্ছ ভাৰত অভিযান

By

Published : Aug 11, 2023, 4:45 PM IST

স্বচ্ছ ভাৰত অভিযান

সৰুপথাৰ, 11 আগষ্ট : সৰুপথাৰত গাঁওৰক্ষী বাহিনীয়ে স্বচ্ছ ভাৰত অভিযান হাতত লয় । ১১ আগষ্টৰ পুৱাই ধনশিৰি মহকুমাৰ অন্তৰ্গত ৬৩ টা গাঁওৰক্ষী বাহিনীৰ অধীনত সৰুপথাৰ আৰক্ষী থানাৰ চৌহদকে ধৰি থানাখনৰ সন্মুখভাগলৈকে স্বচ্ছ ভাৰত অভিযান ৰূপায়ণ কৰা হয় ।

পুৱা ৬ বজাৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচী ৯ বজালৈকে ৩ ঘণ্টা সময় ধৰি চলে । গাঁওৰক্ষী বাহিনীসকলৰ লক্ষ্য, স্বাধীনতা দিৱসৰ পূৰ্বে সৰুপথাৰখন স্বচ্ছ কৰাৰ ৷ তাৰোপৰি 77 তম স্বাধীনতা দিৱসৰ কাৰ্যসূচী সৰুপথাৰ থানাৰ সমীপত থকা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’ব ৷ সেই গতিকে ৬৩ টা গাঁওৰক্ষী বাহিনীৰ সভাপতি সম্পাদকে এই কাৰ্যসূচী ৰূপায়ণ কৰে । গাঁওৰক্ষী বাহিনীৰ সভাপতি সম্পাদককে ধৰি বহুকেইজন সদস্য উক্ত কাৰ্যসূচীত উপস্থিত থাকে ।

লগতে পঢ়ক :Poor Condition of Govt. Schools : সৰুপথাৰত দুটা কোঠাতেই চলিছে ৬টা শ্ৰেণীৰ পাঠদান

ABOUT THE AUTHOR

...view details