অসম

assam

Lachit Divas 2022: ভাৰতীয় সেনা বাহিনীৰ মিছা সেনা চাউনিত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন

By

Published : Nov 19, 2022, 8:09 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী(400th birth anniversary of Lachit Borphukan) উপলক্ষে ভাৰতীয় সেনা বাহিনীৰ মিছাস্থিত সেনা চাউনিত শুকুৰবাৰে সন্ধিয়া বীৰ সেনাপতিগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেট জেনেৰেল পি. কে. ভঁড়ালীয়ে(Lachit Borphukan statue inaugurated at Kaliabar) । ভাৰতীয় সেনা বাহিনীৰ মিছা মিলিটেৰী ষ্টেছনৰ মুখ্যদ্বাৰখনৰ নামো লাচিত বৰফুকনৰ নামেৰে ৰাখে সেনা বাহিনীয়ে(Lachit Divas 2022) । বীৰ যোদ্ধা তথা অসমীয়া জাতিৰ স্বাভিমান লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে ভাৰতীয় সেনা বাহিনীৰ মিছাস্থিত সেনা চাউনিত অনুষ্ঠিত কৰা এই গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত সেনা বাহিনীৰ ব্ৰিগেডিয়াৰ আনন্দ কুমাৰ, নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে(Lachit Jayanti at Kaliabor) ।
Last Updated :Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details