অসম

assam

Road Accident at Samaguri: চামগুৰিত দুই চুইফ্ট ডিজায়াৰৰ সংঘৰ্ঘত চাৰিজন আহত

By

Published : Nov 20, 2022, 7:09 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

দেওবাৰে নগাঁৱৰ চামগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত(National high way 37) সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident at Samaguri)। পুৰণিগুদাম বি কে বি কলেজৰ সন্মুখত সংঘটিত হয় পথ দুৰ্ঘটনাটো । এখন দ্ৰুতবেগী ছুইফ্ট ডিজায়াৰে আন এখন ছুইফ্ট ডিজায়াৰক পিছফালৰ পৰা খুন্দিওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো (Swift Dzire collision at Samaguri)। দুৰ্ঘটনাটোৰ ফলত চাৰিজন লোক আঘাতপ্ৰাপ্ত হয় ৷ ইয়াৰে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন লোকক নগাঁও অসামৰিক চিকিৎসালয়লৈ(Nagaon civil hospital) প্ৰেৰণ কৰা হয় ৷
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details