অসম

assam

Eviction drive in Lakhimpur: লখিমপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান

By

Published : Mar 25, 2022, 9:43 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

লখিমপুৰ নগৰৰ খেলমাটিৰ কলেজ চাৰিআলিত শুক্ৰবাৰে চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান(Lakhimpur district administration conducts eviction drive) । কলেজ চাৰিআলিত থকা কেইবাখনো দোকানৰ লগতে নামঘৰ, বিদ্যালয় আৰু খেলমাটি ক্লাবত চলিল প্ৰশাসনৰ উচ্ছেদ ৷ অভিযানটোত দহ খনৰো অধিক দোকান ভাঙিলে প্ৰশাসনে ।
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

...view details