অসম

assam

No water bottle: কাজিৰঙাত ৰাষ্ট্ৰপতিৰ সভাত পানীৰ বাবে হাহাকাৰ মহিলাৰ !

By

Published : Apr 7, 2023, 3:10 PM IST

অসমত ৰাষ্ট্ৰপতিৰ সভা

গোলাঘাট, 7 এপ্ৰিল : গজ মহোৎসৱৰ উদ্বোধনী সভাৰ দিনাই অথন্তৰ ৷ পানীয়ে সৃষ্টি কৰিলে অথন্তৰৰ ৷ ৰাষ্ট্ৰপতিৰ সভাত উপস্থিত হোৱা একাংশ মহিলা ক্ষোভিত হৈ পৰিল খোৱাপানীক লৈ (President Droupodi Murmu Assam visit) ৷

উল্লেখ্য যে, সভাস্থলীত নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীয়ে পানীৰ বটল সভাস্থলীত প্ৰৱেশৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছিল আৰু ইয়াতেই ক্ষোভিত হৈ পৰে  মহিলাসকল ৷ পানীৰ বটল কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন কৰিছে নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে ৷ আক্ষেপজনিত বিষয় যে, ৰাষ্ট্ৰপতিৰ সভাত আয়োজক সমিতিয়ে কৰা নাছিল কোনোধৰণৰ খোৱাপানীৰ ব্যৱস্থা ৷ এই কথাতে অসন্তুষ্ট হৈ তথা পানীৰ পিয়াহত আতুৰ হৈ সভাস্থলী পৰিত্যাগ কৰে বহু ক্ষোভিত মহিলা ৷

ABOUT THE AUTHOR

...view details