অসম

assam

Govt to repeal all three farm laws : দেশবাসীক সম্বোধন কৰি ঘোষণা প্ৰধানমন্ত্ৰীৰ

By

Published : Nov 19, 2021, 10:19 AM IST

শুকুৰবাৰে গুৰু নানকৰ জন্মজয়ন্তী উপলক্ষে দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ দেশবাসীক সম্বোধন কৰি তিনিওখন কৃষি আইন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে ৷ চাওক ভিডিঅ’...

ABOUT THE AUTHOR

...view details