অসম

assam

নলবাৰীত আয়কৰ বিভাগৰ অভিযান

By

Published : Jan 8, 2021, 11:01 PM IST

নলবাৰী চহৰৰ মাজমজিয়াত থকা ডাঃ তপন ডেকাৰ গৃহ আৰু ডেকাৰ মালিকানাধীন নলবাৰী মেটাৰনিটি হাস্পতালত আয়কৰ বিভাগে চলাই এই অভিযান ।

income tax department raid in a dr house at nalbari
নলবাৰীত আয়কৰ বিভাগৰ অভিযান

নলবাৰী, 8 জানুৱাৰী :নলবাৰীত এখন ব্যক্তিগত নাৰ্ছিংহোম আৰু নাৰ্ছিংহোমখনৰ স্বত্বাধিকাৰীৰ ঘৰত শুকুৰবাৰে আয়কৰ বিভাগে চলায় তালাচী অভিযান । নলবাৰী চহৰৰ মাজমজিয়াত থকা ডাঃ তপন ডেকাৰ গৃহ আৰু ডেকাৰ মালিকানাধীন নলবাৰী মেটাৰনিটি হাস্পতালত আয়কৰ বিভাগে চলাই এই অভিযান ।

নলবাৰীত আয়কৰ বিভাগৰ অভিযান

আয়কৰ বিভাগৰ এটা বৃহৎ দলে চলোৱা এই তালাচী অভিযান দিনৰ ভাগৰ পৰা আৰম্ভ হৈ নিশা পৰ্যন্ত অব্যাহত আছে । অৱশ্যে তদন্তৰ খাতিৰত এতিয়ালৈ কোনো বক্তব্য আগবঢ়োৱা নাই তদন্তকাৰী দলটোৱে ।

লগতে পঢ়ক :বাক্সাৰ শালবাৰীত উত্তপ্ত পৰিস্থিতি: কংগ্ৰেছ কৰ্মীক প্ৰহাৰ বিজেপি কৰ্মীৰ

ABOUT THE AUTHOR

...view details