অসম

assam

Road accident in Dhemaji : ধেমাজিৰ পথ দুৰ্ঘটনাত নিহত এজন যুৱক

By

Published : Dec 10, 2022, 7:31 AM IST

Road accident in Dhemaji
ধেমাজিৰ পথ দুৰ্ঘটনাত নিহত এজন যুৱক ()

শুকুৰবাৰে ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ৫১৫ নংৰাষ্ট্ৰীয় ঘাইপথৰ মৰিঢল খজুৱাত সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accident in Dhemaji) ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষত অধ্যয়নত এজন ছাত্ৰ ৷ নাম যদুমণি বৰা (১৭) বুলি জানিব পৰা গৈছে ৷ লগতে এই দুৰ্ঘটনাতে আহত হয় যদুমণি বৰাৰ বন্ধু বিশ্বজিৎ দাস ৷

  • ধেমাজিত অঘটন
  • শুকুৰবাৰে ৫১৫ নংৰাষ্ট্ৰীয় ঘাইপথৰ মৰিঢল খজুৱাত সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accident in Dhemaji)
  • দুৰ্ঘটনাটোত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আহত এজন (Man death in a Road accident in Dhemaji)
  • নিহত যুৱকজন বুটিকোৰ হলৈপাৰাৰ যদুমণি বৰা (১৭) বুলি জানিব পৰা গৈছে
  • যুৱকজন উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষত অধ্যয়নত ছাত্ৰ আছিল
    ধেমাজিৰ পথ দুৰ্ঘটনাত নিহত এজন যুৱক
  • ইফালে আহত যুৱকজন মাছখোৱাৰ বিশ্বজিৎ দাস বুলি জানিব পৰা গৈছে
  • চিলাপথাৰৰ পৰা ধেমাজি অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত হয় বাইক দুৰ্ঘটনাটো
  • দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেলখনৰ নম্বৰ AS 22 F 1282

ABOUT THE AUTHOR

...view details